Aabir
AABIR Audio Languages: Assamese ইন্দ্ৰাণী শৰ্মাৰ ‘আবিৰ’ নিশ্চয়কৈ আপুনি পঢ়িছে৷ আপোনাৰ সেই আৱেগৰ আবিৰক শ্ৰব্য-দৃশ্যৰূপ দিছে NK Mediaই। ইন্দ্ৰাণী শৰ্মাৰ বহুল পঠিত উপন্যাসৰ আধাৰত নিৰ্মিত মেগা ছিৰিয়েল ‘আবিৰ’। আবিৰত অভিনয় কৰিছে – প্ৰীতি কংকনা, অমিত কুমাৰ বৰা, দেৱজিত মজুমদাৰ, অৰ্পনা দত্ত চৌধুৰী, যশস্বী ভূঞাকে আদি কৰি বহু কেইখন চিনাকী মুখে। Cast : প্ৰীতি কংকনা, দেৱজিত …